← ফুৰি যাওক

ঠৰ

ṭhara

অৰ্থ

1.

লৰাব-চৰাব নোবৰা হোবা; ঠৰঙা (ভৰি আদি)

rendered stiff by want of motion, as a limb

বিণ.

2.

মন বা শৰীৰৰ পীড়া বা বিকাৰৰ গতিকে নিমাত বা লৰচৰ কৰিব নোবৰা হোবা

rendered speechless or motionless by mental or physical disorder or excessive exertion or pain

বিণ.

3.

পোন আৰু ঠৰঙা (কাঠ, তক্তা আদি)

straight and stiff

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ