← ফুৰি যাওক

থমক

thamaka

অৰ্থ

1.

গম্ভীৰ গমন; মন্হৰ গতিত গমন-ভঙ্গিমা; যেনে-"অৰুণ চৰণ দুহোঁ ঠমকে চলায়" (বৰগীত)

slow and steady motion; walk with measured steps

বি.

সমাৰ্থক শব্দ

2.

কৰি বা গৈ থাকোঁতে হঠাৎ ৰ; থমকা মাৰ্

to stop suddenly; to cease to proceed further

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

থমক · অসমীয়া অভিধান