← ফুৰি যাওক

টোহ্টোহ

ṭohṭoha

অৰ্থ

1.

কোহ্ কোহ্; খঙেৰে মুখৰ ভিতৰতে কোবা কথাৰ নিচিনা শব্দ; মুখৰ ভিতৰতে কোবা কথা

an imitative word used to express the sound of muttering

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টোহ্টোহ · অসমীয়া অভিধান