← ফুৰি যাওকটোপোৰাṭoporāঅৰ্থ1.খহুৰ দৰে হোবা উঠঙা; মেৰুণa small protuberance; a tumerবি.সমাৰ্থক শব্দটোবোৰা · ṭoborā2.সূতাত লগা গাঁঠি; সূতাৰ উভহাa knot in a threadবি.সমাৰ্থক শব্দটোবোৰা · ṭoborāউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ