← ফুৰি যাওক

টোপাল্, টোপালি পাৰ্

ṭopāl, ṭopāli, pār

অৰ্থ

1.

খাবৰ ইচ্ছা প্ৰকাশ কৰি জিভাৰে মুখত টপ্টপ্ শব্দ কৰ্; যেনে-"ভাল বস্ত্ত দেখি সি নিলগতে মুখ টোপালিছে বা টোপালি পাৰিছে"

to move the mouth in expectation of getting something to eat

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টোপাল্, টোপালি পাৰ্ · অসমীয়া অভিধান