← ফুৰি যাওক

টেমা

ṭemā

অৰ্থ

1.

সাঁফৰ থকা কাঠ বা ধাতুৰ পাত্ৰ

a small pot with a cover

বি.

2.

সাঁফৰ দিয়া খুৰা নথকা তামোলৰ বটা

a betel-nut box with a cover

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ