← ফুৰি যাওক

টেপাই মাৰ্

ṭepāi, mār

অৰ্থ

1.

বেয়াকৈ কাম কৰি ফাকি দি; বেয়া কাম কৰি আভুবা ভাঁৰ্; আভুবা ভঁৰা কাম কৰ্

to deceive by doing a thing imperfectly or improperly

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেপাই মাৰ্ · অসমীয়া অভিধান