← ফুৰি যাওক

টেপাটেপ

অৰ্থ

1.

বৰকৈ তিতা; কোমল হৈ সোপোকা বা লেওৰ নিচিনা হোবা

saturated

2.

এটেপা এটেপা কৰা; অনেক লদা বা গৰাহ কৰি ভাগ ভাগ কৰা; ক্ৰি. বিণ. টেপাটেপে গৰাহে গৰাহে; লদালদে; সোপাসোপে

divided into small quantities each equal to a mouthful ; mouthful

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেপাটেপ · অসমীয়া অভিধান