← ফুৰি যাওক

টেপা মাৰ্

অৰ্থ

1.

হাতেৰে চেপ্

to press with the hand; to squeeze

2.

মুখত খোবা বস্ত্ত দি বা ভৰা

to take a mouthful

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেপা মাৰ্ · অসমীয়া অভিধান