← ফুৰি যাওক

টেপা খা, টেপা হ

অৰ্থ

1.

ভয়ত কোঁচ খা; ভয়ত চেপেটা খা বা হ; ভয়ত কোঁচ খাই মনে মনে থাক্

to crouch; to shrink from fear

2.

খুন্দা বা হেঁচা খাই চেপেটা হ

to be compressed; to be crushed

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেপা খা, টেপা হ · অসমীয়া অভিধান