← ফুৰি যাওক

টেপা

ṭepā

অৰ্থ

1.

টিপা; হাত বা আঙুলিৰে মৰা চেপা

a squeeze

বি.

2.

আঙুলি কেউটাৰে চপাই ধৰিব পৰা কোমল খোবা বস্ত্তৰ লদা; গৰাহ

a mouthful

বি.

3.

মাছ ধৰা লাডু

a ball made by mixing chaff and cowdung used as a bait in catching fish in water by the fishing basket

বি.

4.

বৰকৈ তিতি কোমল হোবা; তিতি জাপ খোবা বা কোমল হোবা

compressed into a mass by being saturated

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেপা · অসমীয়া অভিধান