← ফুৰি যাওক

টেঁটুবা

ṭem̐ṭubā

অৰ্থ

1.

ডিঙিত বৰকৈ আঠি ধৰা; ডিঙিত টান হৈ চেপা খাই ধৰা

stiffly tight about the neck

বিণ.

2.

ডিঙিত বৰকৈ চেপা খাই ধৰা গাঁঠি

a tight fastening about neck

বি.

3.

গৰু আদি জন্ত্তৰ ডিঙি উখহা ৰোগ

anthrax

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেঁটুবা · অসমীয়া অভিধান