← ফুৰি যাওক

টেঙেচী- পতীয়া

অৰ্থ

1.

টেঙেচী শাকৰ পাতৰ সদৱশ (অলঙ্কাৰ আদিৰ গাত বছা ফুল)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেঙেচী- পতীয়া · অসমীয়া অভিধান