টেঙা-পানী
ṭeṅā-pānī
অৰ্থ
1.
পিত্তৰ দোষত পেটত হোবা টেঙা পানী বা ৰস
acidity of the stomach
বি.
2.
হাতীয়ে পেটৰপৰা উলিয়াই শুঁৰেৰে ছটিওবা পানী
the water ejected from the stomach and squirted by an elephant through its trunk
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ