টেঙা
ṭeṅā
অৰ্থ
1.
অম্ল; মুখত চোকা লগা
acid; sour
বিণ.
2.
টান; মনত দুখ দিয়া (কথা)
sharp; unpleasant
বিণ.
3.
টেঙা গুণ থকা বস্ত্ত; টেঙা গুণ থকা ফল
an acid; acid fruits in general
বি.
4.
মনত দুখ দি; বেজাৰ লগা
to cause displeasure; to grieve
সক. ধা.
5.
দাঁতত কষ্ট জন্মা বা সিৰসিৰা; যেনে-"টেঙা খালে দাঁত টেঙায়"
to set the teeth on edge
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ