← ফুৰি যাওক

টেকেলি, চেকেলি দিয়া

ṭekeli, cekeli, diẏā

অৰ্থ

1.

জোৰণ পিন্ধাবৰ দিনা দৰা-ঘৰৰপৰা কন্যা-ঘৰলৈ পানী তোলা টেকেলি লৈ যোবা [বিয়াৰ আগতে দৰাৰ ঘৰৰপৰা অলঙ্কাৰ আৰু টেকেলি দুটা কইনাৰ ঘৰলৈ পঠাই দিয়ে; এটা টেকেলিত চাউল ভৰোবা থাকে; চাউল থকাটো কইনাৰ ঘৰত থৈ আছে খালিটো কইনাৰ হতুবাই চোবাই আনি তাৰে দৰাক নোবাবলৈ পানী তোলে।]

a prenuptial marriage rite that takes place two or three days before the actual nupital ceremony

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টেকেলি, চেকেলি দিয়া · অসমীয়া অভিধান