← ফুৰি যাওক

টেক্টেকা

অৰ্থ

1.

খৰকৈ আৰু টানকৈ কথা ক; কেট্কেটা; হাই কৰ্

to speak harshly or noisily

অক. ধা.

2.

মাইকী পাতি-হাঁহৰ দৰে ঘন ঘনকৈ মাৎ

to quack as a duck

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ