← ফুৰি যাওক

টেক্টেক্

ṭekṭek

অৰ্থ

1.

মাইকী পাতিহাঁহৰ ঘন ঘনকৈ মতা মাত

an imitative word used to express the sharp quacking of a duck

বি.

2.

খৰকৈ আৰু ডাঙৰ ডাঙৰকৈ কোবা কথা

sharp, quick and noisy speech

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ