টেক
ṭeka
অৰ্থ
1.
নৈৰ ওচৰৰ মাজৰ টিকা বা টুমনি; নৈৰ ওচৰৰ মাজৰ সংকীৰ্ণ ওখ মাটি
narrow high land enclosed by a bund of a river
বি.
2.
অন্তৰীপ
a cape
বি.
3.
দলঙৰ নিচিনা কিন্ত্ত চাৰিচুকীয়া বাঁহৰ কাঠীৰ ডাঙৰ মাছ ধৰা যন্ত্ৰ
a kind of fish-trap made of bamboo strips
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ