টুপ
ṭupa
অৰ্থ
1.
ঘৰৰ হেলনীয়া মূৰ
a gabled roof
বি.
2.
জাপিৰ মাজৰ খোল বা ওখ হৈ থকা অংশ
the crown of a jāpi
বি.
3.
নৈৰ ওচৰৰ ওখ বালি বা মাটিৰ পাৰ
a high sand-bank of the bend of a river
বি.
4.
থোপা; মুঠা; যেনে -"দুটা কাকৰ চুঙাত তীখাৰ বেজি
বি.
5.
টুপ্"
a bundle; a bunch
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ