← ফুৰি যাওক

টুনটুনীয়া

ṭunaṭunīẏā

অৰ্থ

1.

টনটনীয়া হৈ উখহি বা ওফন্দি উঠা; ভিতৰে পূঁজ আদিৰে পূৰ হৈ ওখ হৈ উঠা (পেট বা খহু আদি)

swollen out; distended

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টুনটুনীয়া · অসমীয়া অভিধান