← ফুৰি যাওক

টিলা

ṭilā

অৰ্থ

1.

সৰু চাপৰ পৰ্ব্বত; বৰ ওখ ডাঙৰ হাঁফলু

a hillock

বি.

2.

কম বয়সৰ মাছ বা আন সৰু বস্ত্ত বুজোবা উপশব্দ; যেনে-"কাবৈটিলা

a definitive affix to denote a small fish or thing

বি.

3.

ম'হ-পোবালি বন্ধা খুঁটি

a short peg to which a buffalo calf is tied

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ