টিঁয়া
ṭim̐ẏā
অৰ্থ
1.
এবিধ সৰু জাতৰ ভাটৌ
the common parrot
বি.
2.
টিঁয়া ভাটৌৰ মাতৰ নিচিনা চোকা, চিঁচীয়া অৰ্থাৎ গলগলীয়া নোহোবা (শব্দ)
shrill or sharp; not sonorous (said of sound)
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ