টিপা
ṭipā
অৰ্থ
1.
আঙুলি বা হাতেৰে মৰা চেপা
a squeeze
বি.
2.
এবিধ নিচেই সৰু মাটিৰ টেকেলি
a very small earthen jar
বি.
3.
কোনো কথা ক'বলৈ উলিয়াই আকৌ গোপন কৰ্
to conceal after beginning to tell
সক. ধা.
4.
আনৰ হতুবাই আঙুলি বা হাতেৰে পিটিকা
to cause to be rubbed or shampooed
বি.
5.
দিম দিম বুলি পলম কৰ্; . কৱদ
to put off with promises
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ