টিপনি
ṭipani
অৰ্থ
1.
ভৰি বা হাতৰ আঙুলিৰে অলপকৈ মৰা হেঁচা; টিপা
squeezing or pressing with the fingers or toes
বি.
2.
ভৰিৰ আঙুলি হেঁচি লোবা খোপনি
the act of pressing the toes down to prevent slipping
বি.
3.
বিষ উজাব নোবৰা বা বেদনা বাঢ়িব নোবৰা মন্ত্ৰ
an incantation used to stop the further progress of pain or swelling
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ