← ফুৰি যাওক

টিপ-মাৰ্

ṭipa-mār

অৰ্থ

1.

টিপিয়া; অলপকৈ চকুৰ পতা জপাই ইঙ্গিত কৰ্ বা কথা বুজা

to hint by winking

2.

খন্তেকমান চকু মুদি টোপনি যা

to have a short nap

3.

টিপিয়া; বৰশীৰ টোপত অলপকৈ খোঁট মাৰ্; যেনে-"মাছে টিপকে নেমাৰিলে"

to nibble at the bait, as a fish

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ