← ফুৰি যাওক

টিপ-টাপ

ṭipa-ṭāpa

অৰ্থ

1.

হেঁচি-ঠেলি যন্ত্ৰ আদি লগাবৰ বা চলাবৰ ভাও

the manner of handing or fitting a machine; skill

বি.

2.

কথাৰ ঢাক-ঢুক; কথা অলপ কৈ অলপ লুকোবা কাৰ্য্য

speaking out and concealing a part of any subject

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ