← ফুৰি যাওক

টিপ্

ṭip

অৰ্থ

1.

আঙুলিৰে হেঁচ্ বা চেপ্

to press with the fingers or toes; to squeeze

সক. ধা.

2.

অলপ কথাৰে মনৰ ভাব বুজ্; টুকৰিয়াই চা; . বি. কথা বুজাবলৈ চকুৰ ওপৰ পতাৰে তলৰ পতাত হেঁচি কৰা ইঙ্গিত

to sound the mind of ; a hint by the eye; a wink

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টিপ্ · অসমীয়া অভিধান