টিকিৰা
ṭikirā
অৰ্থ
1.
চিলিমত জুই লগাবলৈ এঙাৰ গুৰি কৰি কৰা সৰু সৰু চাকলি
a small charcoal cake for burning the tobacco in the chilim
বি.
2.
এঙেৰুবা
a small piece of round charcoal placed below the tobacco in the chilim
বি.
3.
কানি-পাণৰ সৰু সৰু বৰি
a pill of opium and rag or betel-leaf made for smoking
বি.
4.
চুটি-চাপৰ।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ