← ফুৰি যাওক

টিকা

ṭikā

অৰ্থ

1.

মনেৰে কৰা নিৰ্ণয় (মূল্য, পৰিমাণ, জোখ)

a conjecture about the value, quantity, measure, etc., of a thing

বি.

2.

বসন্তৰ ছিটা।

বি.

3.

টিঙনা; অলপ ওখ মাটি

a slightly elevated land

বি.

4.

পিঠিৰ তল আৰু দুই তপিনাৰ মাজৰ ওখ ভাগ

buttock

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ