← ফুৰি যাওক

টিকটিক কৰে

ṭikaṭika, kare

অৰ্থ

1.

ৰঙা বৰণৰ অতি বেছি গুণ বুজোবা শব্দ; যেনে-"টিক টিক কৰে ৰঙা"।

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টিকটিক কৰে · অসমীয়া অভিধান