← ফুৰি যাওক

টিকচি উঠ্, টিকচি বিকচি উঠ্

ṭikaci, uṭh, ṭikaci, bikaci, uṭh

অৰ্থ

1.

খং কৰি উঠ্; খঙত জাঙুল খাই উঠ্

to be enraged or agitated

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টিকচি উঠ্, টিকচি বিকচি উঠ্ · অসমীয়া অভিধান