← ফুৰি যাওক

টিক্

ṭik

অৰ্থ

1.

তং কৰ্; মনত ভাবি বা গমি চা

to consider; to reflect

সক. ধা.

2.

পৰিমাণ নিৰ্ণয় কৰ্; মূল্য গণনা কৰ্; যেনে-"খোবাৰ বেচ তেওঁ টিকি টিকি ল'লে"; . কৱদ

to estimate; to calculate

সক. ধা.

3.

নষ্ট নোহোবাকৈ থাক্; বৰ্ত্ত; প্ৰবল হৈ থাক্

to last; to endure; to be value or service

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ