টিক
ṭika
অৰ্থ
1.
টিকনি; যেনে-"বৰৰ কন্যাৰ এক ঠাই কৰি টিক" (ৰুক্মিণী- হৰণ); টিক'ধৰ্ দৰা-কন্যাৰ চুলি লগ লগাই তাত শিল এটা, তিল আদি বস্ত্ত ৰাখি বামুণে মন্ত্ৰ পঢ়ি দুইকো লগ লগা; যেনে-"সোণ ৰূপাই টিক ধৰ আঁজলি ভৰিয়া" (বিয়াৰ গীত)
to join the hairs of the bride and the bridegroom, as a nuptial tie
বি.
2.
টিকাত চুলে লৰ মৰা; চেঙা; চোকা (বলদ); যেনে-"টিক বলধা ওলাই মাটি, মাক ভালে জীয়েক জাতি"
sharp; brisk
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ