← ফুৰি যাওক

টিংটিঙনি

অৰ্থ

1.

টিংটিং কৰা কাৰ্য্য

act of producing a tinkling sound

বি.

2.

মূৰ কামুৰিলে বা মূৰৰ বৰ বিষে ধৰিলে যেনে শব্দ হোবা যেন বোধ হয়, সেই বোধ বুজোবা শব্দ

an imitative word used to express the very painful sensation of a headache

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ