← ফুৰি যাওক

টালনি

ṭālani

অৰ্থ

1.

লৰি-চৰি থকা; জোকাৰ খাই থকা; যেনে -"কৰিয়া সুৰেশঃ বান্ধি আছে কেশঃ টালনি কৰিয়া জুড়া" (বৰগীত)।

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টালনি · অসমীয়া অভিধান