← ফুৰি যাওক

টাল্

ṭāl

অৰ্থ

1.

জোকাৰি বা আঘাত কৰি বল বুজ্

to examine the strength or firmness of a thing by shaking or striking it

সক. ধা.

2.

আঘাত নিবাৰণ কৰ্

to ward off a blow

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টাল্ · অসমীয়া অভিধান