← ফুৰি যাওক

টাৰবাৰ

ṭārabāra

অৰ্থ

1.

ব. হাত লৰাই কৰা বাৰণ বা নিষেধ

forbidding by a motion of the hand

2.

কোনো কথা বুজাবলৈ কৰা হাত লৰচৰ বা সঞ্চালন কৰা কাৰ্য্য

a significant motion of hand

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

টাৰবাৰ · অসমীয়া অভিধান