টাঁৰ
ṭām̐ra
অৰ্থ
1.
মাটি জোখা ডাঁৰ
a bamboo rod or pole for measuring land
বি.
2.
ব'দত কাপোৰ মেলা ডাঁৰ
a horizontal bamboo pole for drying clothes
বি.
3.
এডাল দীঘল জৰীত সি অনা মাছৰ জোঁটা
a number of fish carried in a bunch at the end of a pole
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ