টাপি-টুপা
ṭāpi-ṭupā
অৰ্থ
1.
অনুষ্টূপীয়াকৈ কৰা; অলয় ব্যয় কৰি নাম মাত্ৰকৈ কৰা কাৰ্য্য; সকলভাবে বা উচিত পৰিমাণে নকৰা কাম
a mere semblance of doing a thing; something alone in a miserly way or in a very small scale
বি.
সমাৰ্থক শব্দ
2.
পেট খুলি বা ভালকৈ প্ৰকাশ নকৰি কোবা কথা
words not outspoken or fully expressed
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ