← ফুৰি যাওক

টানি-টুনি

ṭāni-ṭuni

অৰ্থ

1.

আঁজুৰি-পিঁজুৰি; বহু টনা-টনিকৈ

dragging with difficulty

ক্ৰি. বিণ.

2.

বহু কষ্টেৰে; কোনো প্ৰকাৰে; কোনোমতে; মূৰে মূৰে

with difficulty

ক্ৰি. বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ