টান
ṭāna
অৰ্থ
1.
কঠিন; কোমল নোহোবা
hard
বিণ.
2.
উজু নোহোবা; সহজে কৰিব বা বুজিব নোবৰা
difficult
বিণ.
3.
প্ৰবল; বৰ বেগ থকা; যেনে-"টান সোঁত"
strong; violent
বিণ.
4.
প্ৰবল; সাংঘাতিক; যেনে-"টান নৰিয়া"
severe
বিণ.
5.
কট্কটীয়া; ঢিলা নোহোবা (বান্ধ)
tight
বিণ.
6.
পৰিশ্ৰমী; ঢিলা নোহোবা
hardy
বিণ.
7.
নিমৰমিয়া
cruel
বিণ.
8.
কৱপণ
miserly
বিণ.
9.
অভাব; কষ্ট; বিপদ
want; trouble; distress
বি.
10.
আকৰ্ষণ; মৰম; যেনে-"আপোন মানুহলৈ টান"
attraction; affection
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ