টান্
ṭān
অৰ্থ
1.
বল দি দীঘল বা বহল কৰ্
to pull
সক. ধা.
2.
কোনোফালে আঁজুৰি আন্
to drag
সক. ধা.
3.
আকৰ্ষণ কৰ্
to attract
সক. ধা.
4.
ভিতৰলৈ সুমুবা; সেবন কৰ্; শোহ্
to absorb; to inhale
সক. ধা.
5.
চিন কৰ্; যেনে-"আঁক টানিছে"
to draw, as a line
সক. ধা.
6.
সহ্য কৰ্; যেনে-"সৰু ল'ৰাই লঘোন টানিব নোবাৰে"; . কৱদ
to bear; to endure
সক. ধা.
7.
নষ্ট নোহোবাকৈ থাক্; টিক্; ; জীয়াই থাক্; বহুত দিনলৈ থাক্; যেনে-"সি সৰহ দিন নেটানে"; "বহুত দি খৰ টানিছে"
to last ; to remain alive; to continue
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ