← ফুৰি যাওক

টাটক-নাটক

ṭāṭaka-nāṭaka

অৰ্থ

1.

ভেলেকী বিদ্যা

jugglery

বি.

2.

টুটকীয়া কথা; লগনীয়া কথা

back-biting

বি.

3.

ছলনা; প্ৰতাৰণা; ফাকি-ফুকা

deceitful act

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ