← ফুৰি যাওক

টাটকীয়া

ṭāṭakīẏā

অৰ্থ

1.

বাজী জনা; ভেলেকী বিদ্যা জনা

versed in jugglery

বিণ.

2.

প্ৰতাৰণা কৰা; প্ৰবঞ্চনা কৰা; ফাকি দিয়া

deceitful

বিণ.

3.

টুটকীয়া; লগনীয়া কথা কোবা

back-biting

বিণ.

4.

বাজীকৰ; ভেলেকী জনা মানুহ

a juggler

বি.

5.

টুটকীয়া লোক

a back-biter

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ