টাটক
ṭāṭaka
অৰ্থ
1.
বাজী; মিছাক সঁচা আৰু সঁচাক মিছা যেন কৈ দেখুওবা বিদ্যা; ভেলেকী বিদ্যা
jugglery
বি.
2.
মিছাকৈ মানুহৰ আগত লগোবা কথা; লগনীয়া কথা
back-biting
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ