টাঙনি
ṭāṅani
অৰ্থ
1.
কুঁহিয়াৰৰ টুকুৰাৰ কণা বা কন্ধা
a piece (as a sugarcane)
বি.
2.
মানুহ, মাটি আদিৰ লেখ-বুজৰ সুচলৰ নিমিত্তে ৰজাই কৰা দেশৰ ভাগ; যেনে-"মৌজা, পৰগনা ইত্যাদি
a division of a district
বি.
3.
এহাতমান দীঘল এটুকুৰা বাঁহ কাষলতিত লৈ আন দুডাল আৰু মাৰিৰে তাতে কোবাই বজোবা সঁজুলি
a kind of crude musical instrument
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ