টাকুৰি
ṭākuri
অৰ্থ
1.
সূতা আদি পকাবলৈ এবেগেত মান দীঘল এডাল মাৰিৰ মূৰত এচলা ঘূৰণীয়া সীহ লগাই কৰা যতন
a kind of reel or contrivance for twisting yarn
2.
গুণা বা সূতা মেৰাই থোবা চুটি ঘূৰণীয়া আৰু দুই মূৰে ওখ কাণ থকা এক খণ্ড কাঠ
a hollow and round cylinder of wood to wind thread upon
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ