← ফুৰি যাওক

টাকনি

ṭākani

অৰ্থ

1.

আকৌ সহজে খূলিব পৰাকৈ বন্ধা বান্ধ; যেনে-"নাবৰ ছৈৰ টাকনি"

the binding of a boat cover

বি.

2.

নাবৰ ছৈ আদিত টাকনি দিয়া জৰী

the string which is fastened over a temporary cover to prevent it from falling off or being blown away by wind

বি.

3.

বেজিৰে সি কৰা গুণাৰ কাম; যেনে-"টাকনি গাৰু- চক"

a kind of embroidery work

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ