টাং-গুটি
ṭām-guṭi
অৰ্থ
1.
এডাল মাৰিৰে এটা কাঠৰ গুটি কোবাই এফালৰপৰা আন ফাললৈ চলাই নি দুদল মানুহে ধেমাৰি কৰা এবিধ খেল
an outdoor game played with a wooden ball and sticks; hockey
বি.
2.
টাং-গুটি খেলত ব্যবহাৰ কৰা কাঠৰ গুটি।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ